প্ৰেমে শিকাই

Indian translations> প্ৰেমে শিকাই
Clemens_Brentano2.jpg

Die Liebe lehrt

Clemens Brentano (1778-1842)

Clemens Brentano

Clemens_Brentano2.jpg
Sonowal.jpg

প্ৰেমে শিকাই

Translated by : Zitaksyor Sonowal

Sonowal.jpg

Die Liebe lehrt
Mich lieblich reden,
Da Lieblichkeit
Mich lieben lehrte.

প্ৰেমে শিকাই

মোক প্ৰেমেৰে কথা পাতিবলৈ ,

কাৰণ ভালপোৱাই

শিকাই মোক ভালপাবলৈ ।

Arm bin ich nicht
In deinen Armen,
Umarmst du mich
Du süsse Armut

তোমাৰ কোলাত মই

নহয় দুখীয়া,

আলিংগন কৰা মোক

সেই চহকী দৰিদ্ৰতা ।

Wie reich bin ich
In deinem Reiche,
Der Liebe Reichtum
Reichst du mir.

তোমাৰ ৰাজ্যত

মই কিমান চহকী,

প্ৰেমৰ ধনেৰে কৰা

মোক দান তুমি ।

O Lieblichkeit!
O reiche Armut!
Umarme mich
In Liebesarmen.

সেই চেনেহী

সেই চহকী দৰিদ্ৰতা,

তোমাৰ প্ৰেমৰ কোলাত

মোক আকোৱালি লোৱা ।

Glossary

Poet's Picture: By Emilie Linder - Zeitschrift: Damals, Jg. 45, Ausgabe 5/2013, Artikel: "Volkspoesie" aus Grimm’scher Feder, Public Domain, https://commons.wikimedia.org/w/index.php?curid=1671633

Courtesy: