অগ্নিপথ
वृक्ष हों भले खड़े,
हों घने हों बड़े,
एक पत्र छाँह भी
माँग मत, माँग मत, माँग मत,
अग्निपथ अग्निपथ अग्निपथ ।
যদিও বৃক্ষ থিয় হওক,
ঘণ হওক বা বৃহৎ হওক,
এখিলা পাতৰ ছাঁয়াৰ বাবেও
ভিক্ষা নকৰ, ভিক্ষা নকৰ, ভিক্ষা নকৰ,
কাৰণ এয়াই যে অগ্নিপথ অগ্নিপথ অগ্নিপথ ।
तू न थकेगा कभी, तू न रुकेगा कभी,
तू न मुड़ेगा कभी,
कर शपथ, कर शपथ, कर शपथ,
अग्निपथ अग्निपथ अग्निपथ ।
তই কেতিয়াও ভাগৰি নপৰিবি, তই কেতিয়াও থমকি নৰবি,
তই দুনাই ঘূৰি নাচাবি,
ল শপত, ল শপত, ল শপত,
কাৰণ এয়াই যে অগ্নিপথ অগ্নিপথ অগ্নিপথ ।
यह महान दृश्य है,
चल रहा मनुष्य है,
अश्रु श्वेद रक्त से,
लथपथ लथपथ लथपथ,
अग्निपथ अग्निपथ अग्निपथ ।
এয়া এক মহান দৃশ্য,
চিৰদিন চলন্ত মনুষ্য,
অশ্ৰু স্বেদ আৰু ৰক্তৰে,
লট-পট লট-পট লট-পট,
কাৰণ এয়াই যে অগ্নিপথ অগ্নিপথ অগ্নিপথ ।
Glossary
Courtesy to the Poet Harivansh Rai Bachchan, whose poem was published in public domain: www.hindisahityadarpan.in/2016/03/agnipath-hindi-poem-harivanshrai-bachchan.html?m=1.
Photo of the Poet: Courtesy: India Post, Government of India - [1] [2] [3], GODL-India,
https://commons.wikimedia.org/w/index.php?curid=74406208 द्वारा