নিচুকণি গীত
Ein kleines Lied, wie geht’s nur an,
daß man so lieb es haben kann,
was liegt darin? erzähle!
কেনেকৈ ইমান আচৰিত হব পাৰে মাথো এটি নিচুকণি গীত,
কেনেকৈ ই ইমান গভিৰত্ব যোগাই?
কি ৰহস্য লুকাই আছে ইয়াৰ অন্তৰত?
মোক কোনোবাই কওক কাৰণ মোৰ মনে জানিব বিচাৰে?
Es liegt darin ein wenig Klang,
ein wenig Wohllaut und Gesang
und eine ganze Seele
ইয়াত আছে অলপ সুৰৰ স্পৰ্শ,
অলপ মাধুৰ্য্য আৰু অলপ সংগীতৰ ৰং,
আৰু তাত নিদ্ৰামগ্ন এটা সম্পূৰ্ণ আত্মা।
Glossary
Poem Source: https://www.gedichte7.de/ein-kleines-lied.html
Pic. of the Poetess: https://commons.wikimedia.org/wiki/File:Blaas_%E2%80%93_Marie_von_Ebner-Eschenbach.jpg