তুমি মোৰ
Du bist mein, ich bin dein.
Dessen sollst du gewiss sein.
Du bist eingeschlossen
in meinem Herzen,
তুমি মোৰ আৰু মই তোমাৰ,
এই সত্যতাত তুমি সদায় নিশ্চিন্ত হৈ ৰোৱা।
মোৰ হৃদয়ত তুমি এক মধুৰ স্মৃতিৰ দৰে বন্দী,
verloren ist das Schlüssellein:
Du musst auch für immer darin bleiben
আৰু সেই হৃদয়ৰ দুৱাৰৰ সৰু চাবিটো হেৰাই গৈছে,
সেইবাবে তুমি চিৰস্মৃতিৰ দৰে তাত আবদ্ধ হৈ ৰবা।
Glossary
Source: This verse in New High German is by Thomas Bein. See https://de.wikipedia.org/wiki/D%C3%BB
_bist_m%C3%AEn,_ich_bin_d%C3%AEn
Verfasst ca. 1184