গ্ৰীষ্মৰ এটি উজ্জ্বল পুৱাত
Am leuchtenden Sommermorgen
Geh ich im Garten herum.
Es flüstern und sprechen die Blumen,
Ich aber, ich wandle stumm.
গ্ৰীষ্মৰ এটি উজ্জ্বল পুৱাত,
মই বাগিচাৰ চাৰিওফালে খোজ দিও।
তাতে থকা ফুলবোৰে ফুচফুচাই কথা পাতি কিবা কই,
কিন্তু মই মৌনতাৰ মায়াত নিজৰ দিশে আগবাঢ়ি যাওঁ।
Es flüstern und sprechen die Blumen,
Und schaun mitleidig mich an:
Sei unsrer Schwester nicht böse,
Du trauriger, blasser Mann!
তাত থকা ফুলবোৰে নিজৰ মাজতে ফুচফুচাই কথা পাতে,
আৰু সহানুভূতিৰ মৃদু চাওনিৰে মোক কয় :
“আমাৰ ভনীৰ ওপৰত খং নকৰিবা,
হে বিষাদত ডুবি থকা নিস্তেজ বৰণীয় ব্যক্তি।”
Glossary
Poem Source: https://www.gedichte7.de/am-leuchtenden-sommermorgen.html
Poet's Picture: By Moritz Daniel Oppenheim - 1. germanhistorydocs.ghi-dc.or2. Bridgeman Art Library: Object 149505, Public Domain, https://commons.wikimedia.org/w/index.php?curid=3758159